Posts

Showing posts with the label Garlic as Germicide

আপোনাৰ ঘৰতে থকা এইকেইবিধ সামগ্ৰীৰ ব্যৱহাৰে শৰীৰটোক শক্তিশালী কৰিব পাৰে

Image
          পৃথিৱীৰ অসুখ এতিয়া ৷ এই অসুখত প্ৰতিদিনে হেৰুৱাই আছো বহু আপোনজনক ..বহু চিনি নোপোৱাজনক ৷ ২০১৯ বৰ্ষৰ শেষৰফালে চীন দেশৰ য়ুহান প্ৰদেশত আৱিষ্কাৰ হোৱা ক'ভিড ১৯ নামৰ এই ভাইৰাচটোৱে সমগ্ৰ বিশ্বৰ লোককে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছে ৷ প্ৰতিদিনে লাখ লাখ মানুহ পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছে ৷  এতিয়া এই ভাইৰাচৰ লগত মোকাবিলা কৰিবলৈ ভেকচিনৰ আৱিষ্কাৰ হৈছে যদিও সঘনাই উৎপৰিৱৰ্তন (mutation) হৈ থকা কৰ'না ভাইৰাচৰ বিপক্ষে এই ভেকচিন কিমান ফলপ্ৰসু হ'ব সেয়া এতিয়াও প্ৰশ্নৰ উৰ্ধত ! চিকিৎসাবিজ্ঞানীসকলে পৰামৰ্শ দিছে যে যদি এই ভাইৰাচৰ পৰা বাচিবলৈ হয়, তেতিয়াহ'লে সামাজিক দূৰত্ব মানি ঘৰতে থাকিব লাগিব, বাহিৰলৈ ওলালে মাক্স পিন্ধিব লাগিব আৰু সঘনাই হাত ধুই থাকিব লাগিব ৷           ইতিমধ্যে চাগৈ আপুনিও গম পাইছে যে এটা শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাইহে কোভিড-১৯ ক মোকাবিলা কৰাৰ বাবে সঠিক সমাধান হ'ব ৷ এতিয়া চাগৈ আপুনিও বহুতৰ দৰে ভাৱি আছে যে এই ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰি...নহয়নে? আপুনি শুনি আচৰিত হ'ব যে প্ৰাচীনকালৰে পৰা ভাৰতত চলি অহা আয়ুৰ্বেদ শা...