Healthy fish curry with roasted ingridients

Presenting a delicious fish curry with lots of health benefits. Sesame seeds are fiberous and a source of high plant protein. This source of Vit B helps to maintain the cholesterol level in our body. 
On the otherhand, cherry tomatoes are very rich in Vit C. It is having anti oxident properties and can boost the immunity in our body.
This fish recipe is very healthy and you should definitely give a try ! Prepared a video (only 2 mins long). Kindly have a look ffor more details !!




What you will need:
One medium sized onion
Garlic cloves: 10-15 
Small piece of ginger
Green chillies
Cherry tomato
Sesame seeds
Coriander
Fish pieces (You can take small sized whole fish too)

Procedure: 
Roast d garlic, sliced onion, sliced ginger, chillies on a nonstick tawa till reddish in colour. Roast the sesame seeds too. Now roast and smoke the cherry tomatoes. Mix all the ingridients and make a fine paste using a mixture grinder. 

Marinate the fish pieces with turmeric n salt. Fry the pieces by adding very less oil. Now add 1 ts extra oil on the tawa and add the paste. Fry for 5-7 mins n then add luke warm water. Let it boil for 2-3 mins. Add the fishes n keep boiling for 7-10 mins. When the curry will become thick, put off d flame. Ur curry is ready :) 
-------------------------------------------------------------------
অসমীয়া::

তিল হৈছে এবিধ ফাইবাৰযুক্ত শস্য ৷ গৱেষণাৰ কিছু তথ্যমতে উদ্ভিদ প্ৰটিনৰ অন্যতম উৎস তিল খালে মানুহৰ শৰীৰৰ কলেষ্টেৰলৰ পৰিমাণ কমি থাকে ৷ B ভিটামিনৰ উৎস তিলে মানুহৰ শৰীৰৰ ৰক্তকোষ গঠনতো সহায় কৰে ৷ 
ভিটামিন C ৰ উৎস কণবিলাহীয়ে এন্টি অক্সিডেন্টৰ কাম কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে ৷ 
আজি আপোনালোকৰ বাবে লৈ আহিছো মাছৰ এখন ঔষধিযুক্ত আঞ্জা ৷ 

কি কি লাগিব:
মাছ
পিঁয়াজ, আদা, নহৰু, জলকীয়া
মান ধনীয়া
কণ বিলাহী
তিল
নিমখ, হালধি, জলকীয়া গুৰি

কিদৰে ৰান্ধিব:
এখন নন্ ষ্টিক টাৱাত পিঁয়াজ, আদা, নহৰু, জলকীয়া শুকানকৈ ভাঁজি ল'ব ৷ ৰঙা হৈ লেৰেলি গ'লে নমাই থ'ব ৷ একেখন কেৰাহীতে তিলখিনি শুকানকৈ ভাজি ফুটাই ল'ব ৷ বিলাহী কেইটাও তাতে শুকানকৈ ভাজি জুইত অলপ পুৰি ল'ব ৷ এতিয়া এই আটাইবোৰ একে লগতে দি মিক্সিত পিহি ল'ব ৷ মাছ কেইটুকুৰা নিমখ আৰু হালধিৰে সানি ল'ব ৷ এতিয়া একদম নামমাত্ৰ তেল দি মাছকেইটুকুৰা টাৱাখনত ভাজি ল'ব ৷ মাছ ভঁজা তেলতে অলপমান পাঁচফুৰণ দি ফুটুৱাই লৈ মিক্সিক পিহি থোৱা মিশ্ৰণটো ভালদৰে ভাঁজি ল'ব ৷ তাতে নিমখ, হালধি আৰু জলকীয়া গুৰি নিজৰ আন্দাজমতে দি ল'ব ৷ যেতিয়া মিশ্ৰণটোৰ পৰা পানী শুকাই কেৰাহীত লাগিবলৈ আৰম্ভ কৰিব তেতিয়া তাতে আঞ্জাৰ জোখাৰে পানী দি দিব ৷ পানীত উতল আহোতে মাছ কেইটুকুৰা দি ৫-১০ মিনিট সিজাই নমাই থ'ব ৷ ওপৰত ভিডিঅ'ৰ লিংকটো দিছো ৷ মাত্ৰ ২ মিনিট দীঘল ৷ চাব আৰু ভাল লাগিলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু চাবচক্ৰাইব কৰিব বুলি আশা কৰিলোঁ ৷

Comments

  1. বৰ ভাল লাগিল দেই ... কৰবী বা ( যোৰহাট)

    ReplyDelete
    Replies
    1. কৰবী বা বহুুু ধন্যবাদ ৷ কি খবৰ দুইটাৰ ?

      Delete
  2. Looks very delicious!! I am so proud of your works. Amazing... Amazing.🥰🤗👍

    ReplyDelete
    Replies
    1. Thank you so much :) may i knw whose this? Comment is coming as unknown :)

      Delete

Post a Comment

Popular posts from this blog

How to make Papad from rice ? চাউলৰ পৰা পাপৰ কেনেকৈ বনাব ?

Khonoma: The Greenest Village of Asia ! How and When to visit ?

Model Questions for Computational Biology and Biostatistics