Curry Leaves: A versatile, Multi-Potential Medicinal Plant

 


    Plants are one of the main sources from where lots of medicines can be prepared. Curry leaf (Murraya koenigii) is an important leafy vegetable used extensively in Indian cuisine as a taste enhancer. You will be glad to know that the curry plant is native to India and South Indian people use it in most of their foods (Source)
    The use of curry leaves as a taste enhancer for vegetables is described long ago in Tamil literature during the 1st to 4th centuries AD. A few centuries later, the use of curry leaves was mentioned in Kannada literature. The word 'curry' originates from the Tamil word 'Kari' means spiced sauces. Curry leaf is also popularly known as Kari-Patta throughout India. Nowadays, the popularity of curry leaves spread to Sri Lanka, Southeast Asia, Australia, the Pacific Islands and in Africa as a food flavoring agent (Source).
    Apart from being the taste enhancer, curry leaf is also having enormous medicinal values. In this blog, I am trying to give the uses of curry leaves to solve your various health issues by citing some recent research. Each part of the curry plant is having health benefits. And hence, a number of chemical constituents from every part of the plant has been extracted to prepare various medicines. The most important chemical component responsible for the intense aroma are P-Gurjunene, P-caryophyllene, P-elements and O-phellandrene. Moreover, the plant is a rich source for carbazole alkaloids-2. Bioactive coumarins, acridine alkaloids, and carbazole alkaloids of the Rutaceae family were studied by a number of researchers (Source). Choudhury and Garg (2007) collected the curry leaves from 19 different Indian states and recorded six minor (Ca, Cl, K, Mg, Na, and P) and 20 traces (As, Ba, Br, Ce, Co, Cs, Cu, Fe, Hg, La, Mn, Rb, Sc, Sb, Se, Sr, Th, V, and Zn) elements by instrumental neutron activation analysis (INAA). Singh et al. (2014) have described the plant as a miracle plant.  Mohan at al. 2020 in their research stated that Girinimbine found in curry leaves promotes gastro-protection against ethanol-induced peptic ulcers and improves healing via regulation of anti-inflammatory and antioxidant mechanisms. 
Let me give you some health benefits of curry leaves: 

1. Curry leaves are anti-oxidant in nature: 
    Due to the presence of the compounds like carbazole alkaloids, curry leaves are anti-oxidant in nature. They fight against the cell-damaging free radicals in the body and keep away the body from any health issues. (Source)

2. Curry leaves can cure Anaemia: 
    Anaemia is a kind of disorder our body is unable to absorb iron and use it. Curry leaves are a rich source of iron and Folic acid. Folic acid is responsible for the absorption of iron in the body. As the curry leaves carry both the compounds, hence it can cure Anaemia. (Source)

3. Curry leaves can wound heals:
    Due to the presence of alkaloids, curry leaves have wound healing properties too (not too deep). A paste made up of curry leaves is antiseptic in nature. They are also knowing to have anti-fungal, anti-bacterial, and anti-protozoal properties. (Source)

4. Curry leaves may help you to lose your extra kilos: 
    Curry leaves are known to have the property of improving digestion by altering the way of our body to absorb fat. (Source)

5. Curry leaves may help in controlling your Diabetes: 
    Recent studies on Diabetes stated that curry leaves are having properties of controlling the blood sugar level in the body. Moreover, some recent studies stated that curry leaves can help the insulin-producing cells of the Pancreas from free radical damage. Minerals like iron, zinc, and copper are present in curry leaves which are better known to stimulate Pancreas. (Source)

6. Curry leaves are beneficial for skin and hair: 
    Curry leaves are a very good source of the minerals that help your skin to glow and help your hair to grow. (Source)

    So guys, go on adding curry leaves in your diet, apply them on your skin and scalp, and extract all the goodness from them. 


            নৰসিংহ পাতৰ ঔষধি গুণৰ কথা আমি সকলোৱে জানো ৷ অসমীয়া খাদ্যসম্ভাৰত নৰসিংহ পাতৰ ব্যৱহাৰ অনেক৷  মাছৰ লগত নৰসিংহ পাতৰ জালুকীয়াখনেই হওঁক বা নৰসিংহ পাতৰ মুখৰোচক চাটনি খনেই হওঁক বা ডাইল তেল মাৰোতে গৰম তেলত পেলাই দিয়া নৰসিংহৰ পাতদুখিলা মানেই হওঁক আমাৰ খুবেই প্ৰিয় ৷ আহকচোন আজি নৰসিংহ পাতৰ ঔষধি গুণবোৰৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰো ৷

১৷ নৰসিংহ পাত একপ্ৰকাৰৰ প্ৰতিজাৰক (anti-oxidant) প্ৰকৃতিৰ :
          কাৰ্বাজ'ল এলকেলইড্ ৰ দৰে মিশ্ৰিত যৌগ ৰাসায়নিক পদাৰ্থ থকাৰ বাবে নৰসিংহৰ পাতে একপ্ৰকাৰৰ প্ৰতিজাৰক হিচাপে কাম কৰে ৷ এই প্ৰতিজাৰকে শৰীৰৰ কোষ ধ্বংস কৰা মুক্ত মূলকবোৰৰ বিপক্ষে কাম কৰি শৰীৰটোক সুৰক্ষা প্ৰদান কৰে (Source) ৷ 

২৷ নৰসিংহৰ পাতত ৰক্তহীনতা দূৰ কৰাৰ ক্ষমতা থাকে:
    ৰক্তহীনতা হৈছে শৰীৰৰ এনে এক শাৰীৰিক ব্যাধি য'ত আমাৰ শৰীৰে  ৰক্ত নিৰ্মান কৰিবলৈ দৰকাৰ হোৱা প্ৰয়োজনীয় আইৰণ আহৰণ কৰিব নোৱাৰা হয় ৷ নৰসিংহৰ পাতত খুব বেছি পৰিমাণে আইৰণ আৰু ফ'লিক এচিদ থাকে ৷ আমাৰ শৰীৰে যাতে পৰ্যাপ্ত পৰিমাণৰ আইৰণ আহৰণ কৰিব পাৰে তাৰ বাবে মূখ্য ভূমিকা ল'য় ফলিক এচিদে ৷ যিহেতু নৰসিংহ পাতত দুয়োটা উপাদানেই থাকে গতিকে নিয়মিতভাৱে নৰসিংহৰ পাত ব্যৱহাৰ কৰিলে ৰক্তহীনতাৰ পৰা হাত সাৰিব পাৰি (Source) ৷ 

৩৷ নৰসিংহ পাতে ঘা শুকোৱাব পাৰে:
        নৰসিংহ পাতত উপক্ষাৰ থকাৰ বাবে ই শৰীৰৰ ঘা শুকোৱাতো সহায় কৰে ৷ পেষ্ট বনাই লোৱা নৰসিংহৰ পাতে বীজাণুনাশক হিচাপেও কাম কৰে ৷ তাৰোপৰি বহুকেইটা গৱেষণাত প্ৰমান পোৱা মতে নৰসিংহ পাতে ভেঁকুৰবিৰোধী, বেক্টেৰিয়াবিৰোধী তথা প্ৰট'জ'ৱাবিৰোধী হিচাপেও কাম কৰে (Source). ৷ 

৪৷ নৰসিংহ পাতে আপোনাৰ শৰীৰৰ মেদবহুলতাক কমাব পাৰে: 
নৰসিংহ পাতে খাদ্যৰ ৰদবদল কৰি পাচন প্ৰক্ৰিয়াৰ দ্বাৰা অত্যাধিক চৰ্বী শোষণ কৰি ল'ব পাৰে (Source) ৷

৫৷ নৰসিংহ পাতে বহুমূত্ৰ ৰোগ ৰোধ কৰাত সহায় কৰে:
বহুমূত্ৰ ৰোগৰ নতুন গৱেষণাত প্ৰকাশ পাইছে যে নৰসিংহ পাতে তেজত থকা শৰ্কৰাৰ পৰিমাণক ৰোধ কৰিব পাৰে ৷ তাৰোপৰি কিছুমান নতুন গৱেষণাৰ তথ্য অনুসৰি নৰসিংহ পাতে অগ্নাশয়ৰ ইনচুলিন তৈয়াৰ কৰা কোষক মুুুুুক্ত মূলকৰ পৰা ৰক্ষা কৰে ৷ নৰসিংহ পাতত আইৰণ, জিংক আৰু ক'পাৰ প্ৰচুৰ পৰিমাণে থাকে যি অগ্নাশয়ৰ কোষবোৰক ইনচুলিন উৎপাদন কৰিবলৈ উত্তেজিত কৰে বুলি জনা যায় 
(Source) ৷ 

৬৷ নৰসিংহৰ পাত ছাল আৰু চুলিৰ কাৰণেও খুব উপকাৰী:
গৱেষণাত প্ৰকাশ পাইছে যে নৰসিংহ পাতত কিছুমান এনেকুৱা মিনাৰেল থাকে যি এজন ব্যক্তিৰ ছালৰ উজ্বলতা আনিবলৈ অথবা চুলি ঘন তথা বৃদ্ধি কৰিবলৈ খুবেই সহায় কৰে  (Source) ৷ 




 

Comments

  1. Replies
    1. মামু বা বহুত বহুত ধন্যবাদ ৷ ভালনে ?

      Delete
  2. Replies
    1. বহুত ধন্যবাদ ৷ এনেকুৱা ঔষধি উদ্ভিদৰ আৰু কেইটামান লিখনি আনিম ৷ পঢ়ি চাব বুলি আশা কৰিলো :) আপোনালোকৰ নামবোৰ অহা নাই কাৰণে গম পোৱা নাই কোনে কমেন্ট কৰিছে ৷ বেয়া নাপাব ৷

      Delete
  3. ভাল লাগিল নৰসিংহ পাতৰ গুনাগুনবোৰ জানিব পাৰি।

    ReplyDelete
    Replies
    1. বহুত ধন্যবাদ ৷ এনেকুৱা ঔষধি উদ্ভিদৰ আৰু কেইটামান লিখনি আনিম ৷ পঢ়ি চাব বুলি আশা কৰিলো :) আপোনালোকৰ নামবোৰ অহা নাই কাৰণে গম পোৱা নাই কোনে কমেন্ট কৰিছে ৷ বেয়া নাপাব ৷

      Delete
  4. নৰসিংহ পাত খুৱেই প্ৰিয়...আজি তোমাৰ পৰা আৰু বহুখিনি নজনা উপাদানৰ বিষয়ে জানিলো ৷

    ReplyDelete
    Replies
    1. বহুত ধন্যবাদ ৷ এনেকুৱা ঔষধি উদ্ভিদৰ আৰু কেইটামান লিখনি আনিম ৷ পঢ়ি চাব বুলি আশা কৰিলো :) আপোনালোকৰ নামবোৰ অহা নাই কাৰণে গম পোৱা নাই কোনে কমেন্ট কৰিছে ৷ বেয়া নাপাব ৷

      Delete
  5. Replies
    1. Thank you so much for going through my write up bhaiya :)

      Delete

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Khonoma: The Greenest Village of Asia ! How and When to visit ?