How to make Papad from rice ? চাউলৰ পৰা পাপৰ কেনেকৈ বনাব ?

              I am quite sure most of the Indian people like to eat masala (spices). We can use the masala in various ways. If we add masala to the chicken, it will become chicken masala and we use to add to the fishes to make fish masala !  Even we love to add masala in our tea and call them masala tea. Right? Normally, papad is a mixture of different masalas with a base. Today I am going to give you the idea of how to make a papad. Wait wait.. the recipe that I am going to share needs very less masala ! So it can be taken by people of any age group. So lets begin :)


What you will need:

1. Rice: One cup (soaked in water for 24 hours)
2. Chilli flakes:  Half tea spoon
3. Black pepper flakes: Half tea spoon
4. Black salt: Half tea spoon
5. Mustard oil: 2-3 drops  
6. Water: 1'5 cup

The procedure
* Grind the soaked rice into  fine milk by adding 1'5 cup of water. 

*Add the chilli and black pepper flakes with the black salt. Mix them well. 

*Take 2-3 steel tiffin covers and coat them with a drop of mustard oil. Remove the extra oil with a clean cloth. 

*Now take out 1 ts of the master mix and spread thoroughly on the tiffin cover. 

* Steam them for 3-4 mins on a stand placing on a pot by with water as the medium. 

*Take out the covers and remove the master mix carefully. It will come out like a roti.

*Let them dry for a minimum of 12 hours. They will become trasparent. So your papad is ready.

*Fry the papads in refined oil and enjoy. 

__________________________________________

_________________________________________

             বৰষুণৰ দিনত একাপ গৰম আদা দিয়া লাল চাহৰ সৈতে মচমচীয়া পাপৰ এখন খোৱাৰ আমেজেই বেলেগ ! চাৱকচোন !  মই কালি পাপৰ বনালো, আজি বাৰু বৰষুণ দিব লাগেনে?  টিভিত দেখিছিলো "আমফান" আহিছে ৷ সেয়েহে বোলে বৰষুণ দুই তিনিদিন চলিব ৷ পাপৰ আমিতো সহজতে খাই দিওঁ কিন্তু সৰু ল'ৰা ছোৱালীবোৰে জলা পায় ৷ আহকচোন আজি সকলোৱে খাব পৰা পাপৰৰ এটা ৰেচিপি চাওঁ  :)

Youtube Link

আপোনাক লাগিব:
ভাত খোৱা চাউল ১ কাপ (পৰাপক্ষত উহোৱা চাউল নল'ব)
২৷ গোটা জালুক আধা চামুচ
শুকান জলকীয়া ২ টা
৪৷ ক'লা নিমখ সোৱাদ অনুসৰি
৫৷ কেই টুপালমান মিঠা তেল
৬৷ ষ্টিলৰ টিফিনৰ সাফৰ কেইখনমান

প্ৰণালী:
* চাউলখিনি পানীত প্ৰায় ২৪ ঘন্টা তিয়াই থ'ব ৷
* চাউলখিনি ভালকৈ ধুই সম পৰিমাণে পানী মিহলাই মিক্সিত একদম মিহিকৈ খুন্দি গাখীৰ সদৃশ বনাই ল'ব ৷
* এতিয়া তাতে শুকানকৈ ভাজি খুন্দি লোৱা জালুক, জলকীয়াৰ গুৰি আৰু নিমখ দি দিব ৷
* এতিয়া সাফৰ কেইখনত এক টুপালমানকৈ মিঠাতেল দি আঙুলিৰে চাৰিওফালে সানি এখন চাফা কাপোৰেৰে মচি ল'ব ৷
* তাতে এক চামুচ মিশ্ৰণটো দি সাফৰখন লৰাই লৰাই বহলাই ল'ব ৷
* এখন কেৰাহীত এডাল ষ্টেন্দ পাতি লৈ তাতে পানী উতলিবলৈ দিব ৷
* পানীৰ উতল আহোঁতে সাৱধানে মিশ্ৰণটোৰ সৈতে টিফিনৰ সাফৰকেইখন ষ্টেন্দটোত বহাই দিব ৷
* ঢাকনিৰে ঢাকি ৩-৪ মিনিট সিজিবলৈ দিব ৷
* এখন চুৰিৰ সহায়ত সাফৰখন চাৰিওফালটো কাটি পিঠাখন ওলিয়াই আনি ফেনৰ তলত এৰাতি শুকাব দিব ৷ (পেপাৰৰ ওপৰত মেলি নিদিব ৷ থালত দিব)
* পিছদিনা পাপৰ শুকাই স্বচ্ছ হৈ পৰিব ৷ এতিয়া তেলত ভাজি সাধাৰণ পাপৰৰ দৰে খাব পাৰিব ৷

লিংকটো দিছো ৷ চাব সময় পালে ৷ 

Comments

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries