How to prepare Bhappa Ilish ?

                                 Bhappa Ilish 

Cooking time:  40 mins (10 mins for preparation + 30 mins for steaming)


Bhappa Ilish is a very popular Bengali delicacy where Ilish fish is steamed with a mixture of mustard seeds and chilli, ginger garlic paste. As no spices and very less oil is used, so this recipe is quite healthy too !  Lets see the ingridients to prepare Bhappa Ilish at home. 

Youtube link

What we need:

One Ilish fish  (Cleaned and cutted into medium pieces)

Black and white mustard seeds: 3 spoons

Musk melon seeds: 3 spoons

Onion: 2 (Big size)

Tomato: 2 (Medium size)

Garlic: 1 (Big size)

Green/Red chillies: 2-4

Corriander

Salt and turmeric: according to taste

Few drops of oil

 Procedure:

Grind all the ingridients in a mixer grinder. Marinate the fish pieces with the mixture and place in a tiffin. Now, close the tiffin cover. 

In a pot, boil 3-4 cups of water and place the tiffin in the boiling water. Cover the pot and let it to steam for nearly 30 mins. Off the gas stove. Remove the tiffin cover and add few drops of mustard oil. Garnish with green chillies and corriander. Your bhappa ilish is ready to serve. 

Kindly drop a comment in the youtube video if you liked it !  Kindly share and subscribe to my Youtube channel and blog for more such recipies. 


সৰিয়হৰ সৈতে ভাপত দিয়া ইলিচ মাছ:

সৰিয়হৰ সৈতে ভাপত দিয়া ইলিচ মাছ খাই বেয়া পোৱা মানুহ হয়তো নোলাব ৷ আজি আপোনালোকক দেখুৱাব বিছাৰিছো অতি সহজতে ইলিচ মাছ বনাবলৈ ৷ আহকচোন ভিডিঅ'টো চাওঁ ৷

আমাক লাগিব:
ইলিচ মাছ  ১টা
ক'লা আৰু বগা সৰিয়হ ৩ চামুচ
৩ চামুচ মগজ গুটি
২ টা পিঁয়াজ
২ টা বিলাহী
১ টা নহৰু
২ টা জলকীয়া
১ মুঠি ধনীয়া
নিমখ, হালধি, জলকীয়া গুৰি আন্দাজমতে
মিঠা তেল

প্ৰণালী:
মিক্সিত মাছৰ সলনি বাকী আটাইবোৰ দি খুন্দি লওঁক ৷ এটা ঢাকনি থকা সৰু টিফিনত খুন্দি লোৱা সৰিয়হখিনিৰ সৈতে মাছখিনি যোগ কৰক ৷ ঢাকনিখন বন্ধ কৰি দিয়ক ৷
এতিয়া এখন কেৰাহীত ৩ কাপ পানী উতলিবলৈ দিয়ক ৷ তাতে টিফিনটো পাতি দি কেৰাহীখন এখন ঢাকনিৰে ঢাকি দিয়ক ৷ এতিয়া ৩০ মিনিটৰ বাবে মাছখিনি সিজিব দিয়ক ৷ ৩০ মিনিটৰ পিছত অলপ কেঁচা জলকীয়া আৰু কেঁচা মিঠাতেল ঢালি দি চামুচেৰে মিলাই দিয়ক ৷ আপোনাৰ ভাপ্পা ইলিচ ৰেডি :)
ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ নিয়মবোৰ দিছো ৷ চালে উপকৃত হ'ব ৷

Youtube Link

ভিডিঅ'টো কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ৷ চেনেলটো আৰু ব্লগটো লাইক, কমেন্ট, শ্বেয়াৰ আৰু চাবচক্ৰাইব কৰিব ৷ 

Comments

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries