The easiest way to cook Garlic chicken without egg


A bowl full of delicious chicken garlic !

A bowl full of Chicken Garlic !

Garlic Chicken Recipe 

Requirements:

* 250 g boneless chicken
* 8-10 Garlic cloves
* 2 green chilies
* 3-4 leaves of Thai coriander
* Salt to taste
* Sugar half a teaspoon
* 5 teaspoon Cornflour
* Ajinomoto half teaspoon
* Black pepper powder to taste
* Oil



Procedure

* Marinate the boneless chicken with salt, pepper powder, and cornflour.

* Fry the pieces in refined oil till reddish in color and keep aside.

* Add half a teaspoon of sugar to the oil and let it caramelized. Add the sliced garlic, sliced green chilies, and fry well.  

*  Add the Thai coriander and fry well.

* Mix 2-3 teaspoon of cornflour with half glass of water. Add this to the fried items and mix them thoroughly. Add the fried chicken. Add a little bit of salt and black pepper. Keep stirring for 3-4 mins. Your garlic chicken is ready !! 





Super Delicious  ! Super Yummy !! 



নহৰুৰ সৈতে কণী নিদিয়াকৈয়ে কুকুৰা মাংস ৰন্ধাৰ আটাইতকৈ সহজ পদ্ধতি:

উপকৰণ:
* ২৫০ গ্ৰাম হাড় নথকা মাংস 
* ৮-১০ ফলা নহৰু
* ২ টা কেঁচা জলকীয়া
* ৩-৪ খিলা মান ধনীয়াৰ পাত 
* নিমখ সোৱাদ অনুসৰি 
* চেনি সৰু চাহ চামুচেৰে আধা চামুচ
* কৰ্ণফ্লৰ ৫ চামুচ মান
* আজিন'ম'ত' সৰু চামুচেৰে আধা চামুচতকৈ অলপ কম
* জালুকৰ গুৰি সোৱাদ অনুসৰি 
* তেল (মই ৰিফাইন লৈছো)

পদ্ধতি
*  মাংসখিনি নিমখ, জালুক গুৰি আৰু কৰ্ণফ্লৰ দি সানি ল'লো ৷ 
* এতিয়া এখন কেৰাহীত ৰিফাইন তেল গৰম কৰি তাতে মাংস কেইটুকুৰা অলপ সোনালী বৰণ হোৱাকৈ ভাজি ল'লো ৷ 
* এতিয়া থাকি যোৱা তেলত আধা চামুচ চেনি যোগ কৰি কেৰামেলাইজড্ কৰি ল'লো আৰু তাতে কুটি থোৱা নহৰু, জলকীয়াখিনি ভাজি ল'লো ৷ অলপ সোনালী বৰণ হওঁতে তাতে মিহিকৈ কুটি থোৱা মান ধনীয়াৰ পাত যোগ কৰি দিলো ৷ 
* ২-৩ চামুচ কৰ্ণফ্লৰ আধাগিলাচ পানীৰ লগত মিহলাই ল'লো ৷ সেইখিনি ভাজি থকা নহৰু আৰু জলকীয়াত যোগ কৰি দিলো ৷ অলপ উতল অহাত সেইখিনি থুপথুপীয়া হৈ পৰাত তাতে ভাজি থোৱা মাংসখিনি যোগ কৰি ৩-৪ মিনিট ৰাখি নমাই থ'লো ৷ হৈ গ'ল আমাৰ নহৰুৰে ৰন্ধা কুকুৰা মাংস ৷ 



Isn't it looks yummy ??





Comments

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries